দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভনী ৷দৰং জিলা সাহিত্য সভাৰ বৰ্ষযোৰা সোনালী জয়ন্তী উতসৱ উদযাপনৰ শুভাৰম্ভনী। সাহিত্য সভাৰ ৫০ খন পতাকা উত্তোলন কৰিলে জিলাখনৰ প্ৰাক্তন সভাপতি আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷১৯৭৩ চনত গঠন হোৱা দৰং জিলা সাহিত্য সভাই অহা ২১ জুলাইত ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উদযাপন কৰে।মঙলদৈ সাহিত্য পৰিষদ ১৯৮২ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত দৰং জিলা সাহিত্য সভা নামেৰে পৰিচয় লাভ কৰিছিল। শুভাৰম্ভনী অনুস্থানৰ মুকলি সভাত দৰং জিলা সাহিত্য প্ৰাক্তন সভাপতি সকলৰ লগতে অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱী উপস্থিত থাকে ৷বছৰযোৰা শোনালী জয়ন্তী বৰ্ষ উদযাপন অনুস্থানত দৰং জিলা সাহিত্য সভাৰ পত্ৰিকা উদ্বোধন কৰে প্ৰাক্তন সভাপতি ড° নগেন্দ্ৰ নাথ শৰ্মাই ৷ অনুস্থানৰ লগত সংগতি ৰাখি জিলাখনৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৭ জন কৃৰ্তিমান ছাত্ৰছাত্ৰীক সম্বৰ্ধনা জনাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अमेरिका, यूके, ऑस्ट्रेलिया.. Canada - India विवाद में कौन किसके पाले में है? Modi | Justin Trudeau
अमेरिका, यूके, ऑस्ट्रेलिया.. Canada - India विवाद में कौन किसके पाले में है? Modi | Justin Trudeau
जागीरोड शाखा के आतिथ्य में पूप्रमास की सप्तम प्रांतीय कार्यकारिणी सभा संपन्न।सीआईएसएफ में नौकरी प्राप्त कर गौरव बढाने वाली रोहा की बेटी गायत्री प्रजापत का सन्मिलन किया अभिनंदन।राज्य भर से आये सन्मिलन की विभिन्न शाखाओं के सैकड़ों प्रतिनिधि उपस्थित ।
अखिल भारतीय मारवाड़ी सन्मिलन संबद्ध पूर्वोत्तर प्रदेशीय मारवाड़ी सन्मिलन जागीरोड शाखा के आतिथ्य...
દિગ્ગજ કોંગ્રેસી નેતાએ રાજીનામું આપ્યું....
દિગ્ગજ કોંગ્રેસી નેતાએ રાજીનામું આપ્યું....
ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণী সভা
লখিমপুৰ জিলাৰ ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱাগত আদৰণী সভা অনুষ্ঠিত হয়৷ পূৱা ১০ বজাত নতুন...
એક સમયે 2 જૂને રોટલી અને દાણાની અછત હતી, આજે ભારત ભરે છે વિશ્વનું પેટ
ભારત તેની સ્વતંત્રતાની ઉજવણી કરવા માટે અમૃત મહોત્સવ (આઝાદી કા અમૃત મહોત્સવ)ની ઉજવણી કરી રહ્યું...