দক্ষিণ শালমাৰাৰ হাজিৰহাট নাও খেলৰ আজি তৃতীয় দিন l দক্ষিণ শালমাৰাৰ হাজিৰহাট গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢ়ালুৱামৰীৰ ব্ৰহ্মপুত্ৰ নদীত হাজিৰহাটৰ একাংশ ক্ৰীড়া প্ৰেমী ৰাইজৰ উদ্যোগত স্বাধীনতা দীৱস উপলক্ষে তিনিদিনীয়া নাও খেলৰ আয়োজন কৰি আৰম্ভ কৰিছে পৰম্পৰাগত নাও খেল ৷