অসম জাতীয় পৰিষদ আৰু জাতীয় যুৱ শক্তিৰ চৰাইদেউ জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনখন মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুমাৰীত অনুষ্ঠিত হয়। অধিৱেশনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি চৰাইদেউ জিলাৰ দুয়োটা সমষ্টি ক্ৰমে মাহমৰা আৰু সোণাৰিৰ যুৱ প্ৰতিনিধি আৰু দলীয় কৰ্মীৰ উপস্থিতিয়ে আগন্তুক দিনত চৰাইদেউ জিলাৰ লগতে সমগ্ৰ অসমতে জাতীয়তাবাদৰ ভেটি যে অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব, সেয়া নিশ্চিত কৰিছে বুলি মন্তব্য কৰে। অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মাণিক গগৈৰ সভাপতিত্বত সম্পাদক বিপুল ফুকনে আঁতধৰা অধিৱেশনৰ মুকলি সভাত দুয়োটা সমষ্টিৰ যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिवसेनेचा हिंगोलीत उद्या भव्य मेळावा
शिवसेनेचा हिंगोलीत उद्या भव्य मेळावा
The victim was identified as Jitu Sharma, a controversial teacher at Harhi Higher Secondary School in Dhakuakhana
Jitu Sharma is a well-known name in Dhakuakhana who has polluted the sacred profession of...
Pakistan Auto Market खस्ताहाल! साल 2023 के बिक्री आंकड़े देख रह जाएंगे हैरान, कारोबार भी समेट रही कंपनियां
पाकिस्तानी ऑटोमोटिव बाजार के लिए साल 2023 काफी निराशाजनक रहा है। पाकिस्तान ऑटोमोटिव...
વિધાનસભાના અધ્યક્ષશ્રી શંકરભાઈ ચૌધરીએ ખેડૂતોના હસ્તે કરાવ્યું ખાતમૂર્હૂત..
નર્મદા નિગમની ઇઢાટા અને પીરગઢ ડીસ્ટ્રીબ્યુટરી કેનાલ સુધારણાના કામોનું વિધાનસભાના અધ્યક્ષશ્રી...
মৰিগাঁও অভ্যসন প্ৰাথমিক বিদ্যালয়ৰ কন কন ছাত্ৰ ছাত্ৰীয়ে পালিলে গুৰুজনাৰ তিৰোভাৱ তিথি
সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি বিভিন্ন নামঘৰ,...