নাজিৰা সমষ্টিৰ বামুণবাৰী তিনিআলিৰ অভয় মেডিকেল ষ্টোৰৰ প্ৰাঙ্গণত উদযাপন কৰা হয় বিশ্ব ফাৰ্মাচিষ্ট দিৱস । অঞ্চলটোৰ শতাধিক লোকে এই দিৱসত অংশগ্ৰহণ কৰে ।