এইবাৰ পুলিচ নহয় ৰাইজে ধৰিলে ভাং ব্যৱসায়ী মঙলদৈৰ নিকতবৰ্তী বান্দিয়া চাপৰিৰ ৰাইজ যেন এতিয়া সচেতন হৈছে নিচামুক্ত এটা পৰিবেশ গঢ় দিবলৈ ।শুক্ৰবাৰে নিশা বান্দিয়া চাপৰিৰ এজন যুৱকে দীৰ্ঘ দিন ধৰি ভাং ব্যৱসায় কৰি আহিছিল ।নাম আবু খায়েৰ। ৰাইজে ইয়াৰ সম্ভেদ পোৱাৰ লগে লগে আবু খায়েৰৰ পৰা 2 কেজি ভাং জব্দ কৰা লগতে আবু খায়েৰক শুক্ৰবাৰে নিশা ৰাইজে আৰক্ষীৰ সহযোগত দৌৰি দৌৰি কৰায়ত্ত কৰে আৰু মঙলদৈ সদৰ আৰক্ষী থানাত চমজাই দিয়ে।ৰাইজৰ এই পদক্ষেপক সলাগীছে মঙলদৈ সদৰ আৰক্ষী থানা ৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गोरगरीबांनची दिवाळी गोड,आमदार संतोष बांगर
गोरगरीबांनची दिवाळी गोड,आमदार संतोष बांगर
Tezpur University Celebrated 76th Independent day
Tezpur University Celebrates 76th Independence Day
Tezpur University celebrated the 76...
જૂનાગઢ : કેફી પીણું પીવાથી બે નાં શંકાસ્પદ મોત, પોલીસ તપાસ નો ધમધમાટ શરૂ
જૂનાગઢ : કેફી પીણું પીવાથી બે નાં શંકાસ્પદ મોત, પોલીસ તપાસ નો ધમધમાટ શરૂ
LG ने भारत में लॉन्च की AI से लैस Smart TV की रेंज, नॉर्मल टीवी के मुकाबले कई गुना बेहतर होगा एक्सपीरियंस
टेक दिग्गज कंपनी LG ने भारतीय मार्केट में AI स्मार्ट टीवी की नई रेंज लॉन्च की है। कंपनी ने OLED...