এইবাৰ পুলিচ নহয় ৰাইজে ধৰিলে ভাং ব্যৱসায়ী মঙলদৈৰ নিকতবৰ্তী বান্দিয়া চাপৰিৰ ৰাইজ যেন এতিয়া সচেতন হৈছে নিচামুক্ত এটা পৰিবেশ গঢ় দিবলৈ ।শুক্ৰবাৰে নিশা বান্দিয়া চাপৰিৰ এজন যুৱকে দীৰ্ঘ দিন ধৰি ভাং ব্যৱসায় কৰি আহিছিল ।নাম আবু খায়েৰ। ৰাইজে ইয়াৰ সম্ভেদ পোৱাৰ লগে লগে আবু খায়েৰৰ পৰা 2 কেজি ভাং জব্দ কৰা লগতে আবু খায়েৰক শুক্ৰবাৰে নিশা ৰাইজে আৰক্ষীৰ সহযোগত দৌৰি দৌৰি কৰায়ত্ত কৰে আৰু মঙলদৈ সদৰ আৰক্ষী থানাত চমজাই দিয়ে।ৰাইজৰ এই পদক্ষেপক সলাগীছে মঙলদৈ সদৰ আৰক্ষী থানা ৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
India's G20 venue, ITPO complex in New Delhi to be inaugurated on July 26th.
India's G20 venue, ITPO complex in New Delhi to be inaugurated on July 26th.
নাজিৰাৰ এম. চি. ক্লাবত বীৰ লাচিত সেনাৰ সভা
আজি বীৰ লাচিত সেনা , অসম কেন্দ্ৰীয় সমিতি তথ্য আৰু প্ৰচাৰ সচিব পবিত্ৰ গগৈ সভাপতিত্বত আৰু কেন্দ্ৰীয়...
दिवंगत पी सेठी हाजी की बुक लॉन्च कार्यक्रम में शामिल हुए राहुल गांधी, बोले- यहां आना मेरे लिए सम्मान की बात है
कांग्रेस नेता राहुल गांधी ने बुधवार को केरल के कोझिकोड में दिवंगत पी सेठी हाजी के भाषणों वाली एक...
बलिया में परिषदीय विद्यालय में अचानक लगभग 80 बच्चों के होने लगी खुजली, मचा हड़कंप।
https://youtu.be/TboRdCr1914