খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰিছে বন্যহস্তীয়ে। জামুগুৰিহাটৰ উত্তৰাঞ্চলটো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশাৰ ভাগত ওলাই অহা বন্যহস্তীয়ে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ দুইনং বৰদিকৰাই, খৃষ্টানবস্তী, আজাৰগুৰি, বামুণীপামকে ধৰি একাধিক অঞ্চলৰ ৰাইজৰ খেতিখোলা নষ্ট কৰিছে।বিশেষকৈ বন্যহস্তীৰ জাকে কৃষক ৰাইজৰ ধানখেতি খেচিগুলি তহিলং কৰিছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বৰদিকৰাই নদী পাৰ হৈ প্ৰবেশ কৰা বন্যহস্তীৰ জাকক নিয়ন্ত্ৰণ কৰাৰ ব্যৰ্থ হৈছে বনবিভাগ।উল্লেখ্য যে যোৱা এক দশকৰ ভিতৰত অঞ্চলটোত কুৰিজনৰো অধিক লোকে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱাৰ বিপৰীতে বহুলোক ঘুণীয়া হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोबाइल ही नहीं, PC पर भी होगा जल्द Threads का इस्तेमाल, Meta अगले हफ्ते लॉन्च कर सकता है वेब वर्जन
मेटा के न्यूली लॉन्च्ड टेक्स्ट बेस्ड ऐप थ्रेड्स का इस्तेमाल करते हैं तो ये नया अपडेट आपके काम का...
Uttarakhand Weather: Red Alert के बीच रोकी गई Chardham Yatra, भारी बारिश के आसार | Heavy Rain
Uttarakhand Weather: Red Alert के बीच रोकी गई Chardham Yatra, भारी बारिश के आसार | Heavy Rain
कोटा अभेडा बायोलॉजिकल पार्क, कोटा में रह रहे नर बाघ नाहर की मृत्यु
कोटा अभेडा बायोलॉजिकल पार्क, कोटा में रह रहे नर बाघ नाहर की मृत्यु
ट्रैक्टर की टक्कर चपेट में आने से दो की मौत, दो घायल
बूंदी। जिले के डाबी थाना क्षेत्र के लांबाखोह बस स्टैंड के यहां शुक्रवार दोपहर एक बाइक चालक को...
ડીસા તાલુકા ના જૂનાડીસા વાસણા રોડ પર રેતી ભરેલા ડમ્પરો ગામજનોએ અટકાવ્યા..
ડીસા તાલુકા ના જૂનાડીસા વાસણા રોડ પર રેતી ભરેલા ડમ્પરો ગામજનોએ અટકાવ્યા..