নলবাৰী জিলাৰ বৰখালাস্থিত বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ সৌজন্যত আয়োজিত ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয় খন কোৱাৰ্টাৰ ফাইনেল খেলত লোহাৰকাঠা যুৱক সংঘই ওদালগুৰি ক্ৰীড়া সংঘক ২-০ গলত পৰাস্ত কৰি চেমিফাইনেলত প্ৰবেশ কৰে৷আজিৰ খেলত কেইবাজনো আমন্ত্ৰিত অতিথিক গামোছাৰে আদৰণি জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'राम, हनुमान पर BJP का पेटेंट नहीं...', अपनी ही पार्टी पर उमा भारती का तीखा कमेंट
BJP: भारतीय जनता पार्टी (BJP) की सीनियर नेता और मध्य प्रदेश की पूर्व मुख्यमंत्री उमा भारती (Uma...