আজি মহলয়া৷বিভিন্ন প্ৰান্তত পূৱতিনিশাৰে পৰা অজস্ৰ ভক্তপ্ৰাণ ৰাইজে উলহমালহেৰে উদযাপন কৰিছে মহলয়া৷প্ৰবাদ অনুযায়ী আজিৰে পৰা দেৱী দুৰ্গা ধৰালৈ নামি আহিব৷শৰৎকালৰ শেৱালি সৰা নিশাৰ নিস্তব্ধতা ভেদি টোপটোপকৈ নিয়ৰ সৰিছে৷দুৱৰীৰ দলিচাত নিয়ৰৰ মুকুতা উজ্বলি উঠিছে৷এনেহেন মনপ্ৰাণ হৰি নিয়া পৰিবেশত দেৱী বন্দনাত মুখৰিত হব ধৰা৷সকলোৱে যেন দেৱীৰ চৰণযুগলত এপাহ ফুল দিয়াৰ বাবে বাট চাই আছে৷বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ দেহাৰকুছিৰ পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰো ব্যাপক প্ৰস্তুতি চলিছে৷জানিব পৰামতে উক্ত পূজাস্থলীত এইবেলিৰ পৰা কংক্ৰিটৰ স্থায়ী প্ৰতিমাত পূজা উদযাপিত হব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Salary Hike: अब इन कर्मचारियों के पे स्केल में होगा इजाफा, 20 फीसदी बढ़ जाएगी सैलरी
कर्मचारियों के लिए खुशखबरी है. क्योंकि अगले माह यानि अप्रैल में कर्मचारियों का पे स्केल 20 फीसदी...
लॉन्चिंग से पहले लीक हुई नई Mahindra Thar की फोटो, दिया गया है एकदम नया बॉडी पैनल
Mahindra Thar 5 Door नई महिंद्रा थार 5-डोर जल्द ही भारत में लॉन्च होने वाली है। इसके अभी तक कई...
লোকশিল্পী তুলসী ওজাৰ ঢোল সংৰক্ষণ হ'ব কলাক্ষেত্ৰত-বিমল বৰা
লোকশিল্পী তুলসী ওজাৰ ৰাজহুৱা স্মৃতিচাৰণ ও স্মাৰক গ্ৰন্থ উন্মোচন। উল্লেখযোগ্য যে লোকশিল্পী জনৰ...
લાયન્સ ક્લબ દ્વારા સિનિયર સિટીઝન હોલ ખાતે શિક્ષક સન્માન સમારોહ યોજાયો.
લાયન્સ ક્લબ ઉમરેઠ દ્વારા શિક્ષકદિન પ્રસંગે ઉમરેઠ શહેર અને આજુબાજુની શાળાઓના શિક્ષકો અને આચાર્યનું...