ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ স্কুল বাছত নতুন নিয়ম। স্কুল বাছত লাগিল CC কেমেৰা, GPS, অগ্নিনিৰ্বাপক যন্ত্ৰ। ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ বাবে থাকিব লাগিব এই সমূহ সুবিধা। স্কুল বাছৰ সৰ্বাধিক গতিবেগ হ'ব প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ। চলন্ত অৱস্থাত খুলিব নোৱাৰিব স্কুল বাছৰ দুৱাৰ। ইতিমধ্যে বিদ্যালসমূহে আৰম্ভ কৰিছে তৎপৰতা। বিদ্যালয় কৰ্তৃপক্ষই নিৰীক্ষণ কৰিব চালক, ছাত্ৰ-ছাত্ৰীক। নিয়ম নমনা স্কুল বাছৰ ওপৰত থাকিব পৰিবহণ বিভাগৰ তীক্ষ্ণ নজৰ। পৰিবহণ বান্ধি দিয়া নিয়ম নামানিলে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुलिस थाना इन्द्रगढ जिला बून्दी मोटरसाईकिल चोरी की वारदात का पर्दाफाश
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा ने बताया कि थानाधिकारी थाना इन्द्रगढ के नेतृत्व...
સરકારી પ્રાથમિક શાળામાં અભ્યાસ કરતા વિદ્યાર્થીઓ માટે શિષ્યવૃત્તિ મેળવવા સાત કોઠા વીંધવા જેવું કઠિન કામ
સરકારી પ્રાથમિક શાળાના વિદ્યાર્થીઓને શિષ્યવૃત્તિ મેળવવી લોઢાના ચણા ચાવવા સમાન
સરકારી પ્રાથમિક...
શહેરાના નાંદરવા ગામે ભરાયેલા ઝાલા ના મેળામાં માનવ મહેરામણ ઉમટ્યુ
શહેરાના નાંદરવા ગામે ભરાયેલા ઝાલા ના મેળામાં માનવ મહેરામણ ઉમટ્યુ
कांग्रेस को झटके पर झटका, कल हाईकोर्ट ने खारिज कर दी याचिका; अब IT विभाग ने दे दी ये 'टेंशन'
नई दिल्ली। कांग्रेस पार्टी को लगातार झटके लग रहे हैं। बीते दिन दिल्ली हाईकोर्ट ने एक...