ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ স্কুল বাছত নতুন নিয়ম। স্কুল বাছত লাগিল CC কেমেৰা, GPS, অগ্নিনিৰ্বাপক যন্ত্ৰ। ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ বাবে থাকিব লাগিব এই সমূহ সুবিধা। স্কুল বাছৰ সৰ্বাধিক গতিবেগ হ'ব প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ। চলন্ত অৱস্থাত খুলিব নোৱাৰিব স্কুল বাছৰ দুৱাৰ। ইতিমধ্যে বিদ্যালসমূহে আৰম্ভ কৰিছে তৎপৰতা। বিদ্যালয় কৰ্তৃপক্ষই নিৰীক্ষণ কৰিব চালক, ছাত্ৰ-ছাত্ৰীক। নিয়ম নমনা স্কুল বাছৰ ওপৰত থাকিব পৰিবহণ বিভাগৰ তীক্ষ্ণ নজৰ। পৰিবহণ বান্ধি দিয়া নিয়ম নামানিলে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'মাজুলীত জল সিঞ্চন বিভাগৰ হেমাহিৰ বাবেই বহু মূল্যবান আঁচনি পৰিত্যক্ত অৱস্থাত আছে'
*মাজুলীত জলসিঞ্চন বিভাগৰ হেমাহিৰ বাবেই বহু মূল্যবান আঁচনি পৰিত্যক্ত অৱস্থাত আছে*
...
Adhir Ranjan Chowdhury ने BJP पर बोला हमला, कहा- सेना में विभाजन पैदा कर रही सरकार | Aaj Tak
Adhir Ranjan Chowdhury ने BJP पर बोला हमला, कहा- सेना में विभाजन पैदा कर रही सरकार | Aaj Tak
સિહોર શહેરમાં ઈમાનદારી નો કીસ્સો સામે આવ્યો
કહેવાય છે કે અત્યારે કળિયુગ જેવો સમય ચાલે છે અહીંપૈસા માટે ભાઈ ભાઈનો નથી, બાપ દીકરાનો નથી, દીકરો...