আজি মাজুলী সমষ্টিৰ ১৪৩ নং মাজৰ দেউৰী বুথ কেন্দ্ৰৰ অন্তৰ্গত ২ নং মাজৰ দেউৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াৰ "মন কী বাত" অনুষ্ঠানত উপস্থিত থাকে মাজুলীৰ বিধায়ক ভূৱন গাম 

উক্ত অনুষ্ঠানত জিলা সভাপতি বীৰেণ শইকীয়া, বুথ সভাপতি সুৰেন দেউৰী, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী আৰু বুথৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।