সোণাৰি নগৰৰ শ্মশান সংযোগী পথৰ দুৰৱস্থা।

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভাৰ অন্তৰ্গত সোণাৰি নগৰৰ পৰা স্মসানলৈ যোৱা একমাত্ৰ পথটোত নলাৰ সু ব্যৱস্থা নথকাৰ বাবে এতিয়া এজাক বৰষুণতে কেইবাদিনো প্ৰৰ্জন্ত লেতেৰা পানি জমা হৈ থাকে। যাৰ ফলত পথটোত দিনে নিশাই অহা যোৱা কৰা পথচাৰি সকল অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় ৱাৰ্ড মেম্বাৰে এগাৰি শিলগুটি পেলাই নিজ দ্বায়িত্ব সামৰিছে। দীৰ্ঘদিনীয়া এই সমস্যাৰ সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে।