অসম ষ্টেট ওৱাৰ্কাৰ এছোচিয়েচনৰ অবৈতনিক মিটাৰ ৰিডাৰ কৰ্মচাৰীৰ দ্বাৰা টংলাত উত্তাল প্ৰতিবাদ

Slug.  APDCL Outsource Employe protest at 

tangla APDCL
কাৰ্যালয়ৰ সন্মুখত অসম ষ্টেট ওৱাৰ্কাৰ এছোচিয়েচনৰ অবৈতনিক মিটাৰ ৰিডাৰ কৰ্মচাৰীৰ দ্বাৰা প্ৰতিবাদ


ছৰ ধৰি প্ৰবঞ্চনাৰ বলি হোৱা অসম ষ্টেট ওৱাৰ্কাৰ এছোচিয়েচনৰ অবৈতনিক মিটাৰ ৰিডাৰ কৰ্মচাৰী সকল প্ৰতিবাদ মুখৰ হৈছে।তেওলোকৰ দাবি হল বছৰ বছৰ ধৰি সকলো কামত ব্যৱহাৰ কৰি থকাৰ পাছতো কি কাৰনত নিয়মীয়া কৰিব নোৱাৰে তেওলোকৰ চাকৰি। প্ৰতিদিনে বিভিন্ন কামত খতুৱাই মাত্ৰ সামান্যতম পাৰিশ্ৰমিক দিয়ে দায় সামৰে এই সকল কৰ্মচাৰিৰ।বতাহত  বিদ্যুৎতৰ খুটা ভাঙিলে তাৰ যোৰাবলৈ বা বিল পৰিষোধ নকৰা লোকৰ ঘৰত বিলৰ কাৰে যোৱা সকলো কামেই এই কৰ্মচাৰি সকলে কৰিব লাগে।আনকি এই মিটাৰ ৰিডাৰ সকলৰ বহু কেইজন বিদ্যুৎৰ খুটাত উঠাত মৃত্যু মুখত পৰিব লগীয়া হৈছে।আৰু ঘুনীয়া হৈছে।তাৰ পাছতো এই মিটাৰ ৰিডাৰ সকলৰ দুখ দুৰ্দশাৰ খবৰ নলয় বিভাগটোৱে।আমাৰ এক প্ৰতিবেদন।।।