মহালয়া উপলক্ষে আজি পুৱা সোণাৰিত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। মহিষাসুৰ বধ কৰিবৰ বাবে দেৱী দূর্গাৰ পৃথিৱীলৈ আগমনৰ এই বিশেষ দিনটো স্মৰণীয় কৰি ৰাখিবৰ বাবে সোণাৰিৰ বিভিন্ন দুৰ্গা পূজা সমিতি সমূহৰ উদ্যোগত আজি পুৱা সাংস্কৃতিক সমদল বাহিৰ কৰা হয়। এই ক্ষেত্ৰত সোণাৰি ভৱানিপীৰ দুৰ্গা পূজা সমিতি, বৰুৱাআলি আৰু টীয়ক ৰজাবাৰী দুৰ্গা পূজা সমিতিয়ে উলিওৱা সাংস্কৃতিক সমদলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સમસ્ત સતવારા સમાજ દ્વારા વિધાર્થીઓને ઇનામ વિતરણ કાર્યક્રમ યોજાયો
તારીખ 19-11-2023 ને રવિવારના રોજ પંડિત દિન દયાલ હોલ મા સિધ્ધનાથ સોશિયલ ગ્રુપ સુરેન્દ્રનગર...
સુરેન્દ્રનગર રોટરી ક્લબ ઓફ વઢવાણ સીટી દ્વારા વિવિધ રોગોના નિદાન કેમ્પ યોજાયો
સુરેન્દ્રનગર રોટરી ક્લબ ઓફ વઢવાણ સીટી દ્વારા વઢવાણ જીઆઇડીસી ઇન્ડસ્ટ્રીયલ એસોસિએશન હોલ ખાતે વિવિધ...
আহঁতগুৰি সাগৰঘাটত সামুহিক বিবাহ:-১৯যোৰ দৰা কইনাক সামাজিক মৰ্য্যদা প্ৰদান।
আয়তিৰ উৰুলি, বিয়ানামেৰে মুখৰিত
ৰহাৰ সমীপবৰ্তী আহঁতগুৰিত বুধবাৰে সামুহিক বিবাহত ১৯জোৰ দৰা কইনাৰ সামাজিক ৰীতি নীতিৰে বিবাহ সম্পন্ন...
দেউৰী নিৰ্বাচন: শদিয়াত জয়লাভ বিজেপি পাৰ্থীৰ
শদিয়া DAC Election result. বলিন চেতিয়া বাহিনীৰ জয়। দুয়োটা সমষ্টিতেই জয়লাভ বিজেপি পাৰ্থীৰ।
সোণাৰি দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা
সোণাৰি দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।
বৃদ্ধি পাইছে উদণ্ড বাইক চালকৰ দৌৰাত্ম্য ।
পৰিবহন বিভাগৰ...