Slug..Golaghat Mohalaya (DL)
Anchor..আজি মহালয়া ৷ প্ৰতিকূল বতৰকো নেওচি গোলাঘাট নগৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ আহিল বহু লোক ৷ আজিৰ দিনটোৰ পৰাই মা দুৰ্গা ধৰালৈ নামি আহে ৷ প্ৰবাদ মতে আজিৰ দিনটোত প্ৰাতঃভ্ৰমণ কৰিলে বিভিন্ন বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাব পাৰে বুলি বিশ্বাস আছে ৷ এই সন্দৰ্ভত চাঁও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷