শোনিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলী গাওঁৰ পৰা এগৰাকী যুৱতী সন্ধানহীন হোৱা ঘটনাই অঞ্চলজুৰী তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে যোৱা ১৩ তাৰিখে দীঘলী গাওঁৰ পৰা পূৰ্নিমা মণ্ডল নামৰ এই যুৱতী গৰাকী পুৱা ৭ বজাত তেজপুৰ কলেজলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে যুৱতী গৰাকী। বহু বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈকেও কোনো ধৰনৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছ। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰাম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જલારામ મંદિરે યમુના મહારાણી મનોરથ અને લોટી ઉતશવ નું અદભુત આયોજન યોજાયું #porbandar #jalarambapa
જલારામ મંદિરે યમુના મહારાણી મનોરથ અને લોટી ઉતશવ નું અદભુત આયોજન યોજાયું #porbandar #jalarambapa
Israel-Hamas War Impact: हीरा कारोबार पर पड़ा इजरायल-हमास युद्ध का असर | Aaj Tak News
Israel-Hamas War Impact: हीरा कारोबार पर पड़ा इजरायल-हमास युद्ध का असर | Aaj Tak News