সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অন্তৰ্গত চৰাইদেউ জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ উদ্যোগত চফ্ৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এটা বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় ৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সমতিৰ বিষয়াবৰ্গ শ্যামল মহন , দ্বীপেন মহন সহিতে কেন্দ্ৰীয় সমিতিৰ সভাপতি। ৰাতুল শৰ্মাই শুভাৰম্ভ কৰা কাৰ্যসূচীত চৰাইদেউ জিলাৰ সভাপতি সম্পাদক ক্ৰমে সুৰুজ গগৈ আৰু সুভাষ বড়াৰ লগতে ৰতন গুপ্তা , সমাজকৰ্মী দীপক মল্লিক সহিতে বহু সদস্যই সহযোগ কৰা উক্ত অনুষ্ঠানটিত সহযোগিতা আগবঢ়াই শিৱসাগৰৰ ERC Eye Care প্ৰতিষ্ঠানৰ মানৱ দৰদী চকু চিকিৎসক ড° যুটিকা শইকীয়া (ophthalmologist) , ৰাজা কোঁৱৰ ( M U Maneger ) , দিপাংকৰ বৰুৱা ( optical Adviser) আৰু পাল্কু কোঁৱৰ ( Field assistant) ৷ দিনৰ দহ ৰজাৰ পৰা সন্ধিয়ালৈকে দুশৰো অধিক চকু ৰোগীয়ে সমাগম কৰা অনুষ্ঠানটিত স্থানীয় ৰাইজৰ বিপুল সমাদৰ পোৱা যায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના રસાણા નજીક રસ્તા વચ્ચે ઉંટ આવતાં બસની ટક્કરથી મોતને ભેટ્યો : 23 મુસાફરોનો અદ્દભુત બચાવ
ડીસા-પાલનપુર નેશનલ હાઇવે પર આજે સવારે રસ્તા વચ્ચે અચાનક ઊંટ દોડી આવતા બસને અકસ્માત નડ્યો હોવાની...
नर्मदा नदी में चली महिला तो लग गई हजारों की भीड़, लेकिन मामला कुछ और ही सामने आया ! |MP Tak
नर्मदा नदी में चली महिला तो लग गई हजारों की भीड़, लेकिन मामला कुछ और ही सामने आया ! |MP Tak
गंदगी फैलाना पड़ा भारी लगा 36 हजार रुपए का जुर्माना।
जनपद आजमगढ़ में,गंदगी फैलाना पड़ा भारी लगा 36हजार रूपए का जुर्माना।मालूम होकि आजमगढ़ हाल ही में,...
कटिहार में प्रेमी-प्रेमिका की बांधकर हुई पिटाई
कटिहार में एक प्रेमिका अपने प्रेमी को लेकर अपने पुराने ससुराल फलका थाना क्षेत्र के नरसंडा पंचायत...
અંબાજી છાપરી ચેકપોસ્ટ પર સુરક્ષા માં વધારો, 31 ડિસેમ્બરને ધ્યાને લઈ તમામ વાહનોનું બારીકાઈ થી ચેકિંગ..
અંબાજી છાપરી ચેકપોસ્ટ પર સુરક્ષા માં વધારો, 31 ડિસેમ્બરને ધ્યાને લઈ તમામ વાહનોનું બારીકાઈ થી...