অসম চৰকাৰৰ শিক্ষা বিভাগৰ নতুন অসমীয়া ভাষাসমগ্ৰ শিক্ষা অভিযানৰ এই হাতপুথিয়ে চকু কপালত তুলিছে সকলোৰে

বিভাগৰ হাতপুথিত অসমীয়া ভাষাৰ এই ৰূপ

উচ্চ প্ৰাথমিক বিজ্ঞান আৰু গণিত কাৰিকৰী বিশেষত্বৰ হাতপুথিত অসমীয়া ভাষাৰ শ্ৰাদ্ধ 

হাতপুথিখনত ঠিকেই লিখা আছে ইংৰাজী শব্দ-বাক্য কিন্তু অসমীয়াত লিখা প্ৰতিটো শব্দই অৰ্থহীন