চৰাইদেউ জিলাত অব্যাহত আছে আবকাৰী বিভাগৰ অভিযান। অবৈধ চুলাই তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আবকাৰী বিভাগে অব্যাহত ৰাখিছে অভিযান। আজি চৰাইদেউ জিলাৰ লেঙিবৰ, চৰাইদেউ পৰ্বত বাগিচা, দুৱৰা গাঁৱত আবকাৰী বিভাগে অভিযান চলাই প্ৰায় ৪৩০ লিটাৰ চুলাই মদৰ পাছ নষ্ট কৰে। অভিযানকাৰী দলটোৱে চুলাই মদৰ বিৰুদ্ধে অভিযান চলোৱাৰ তথ্য লাভ কৰি অবৈধ চুলাই ব্যৱসায়ীসকলে পলায়ন কৰে যদিও এই চক্ৰটোৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আবকাৰী বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত চাহ মাজদূৰে কিয় কৰিব লৈছে প্ৰতিবাদ ?
অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। সংঘৰ সোণাৰি শাখাৰ সম্পাদক প্ৰকাশ নাগে কৰে এই...
મગરને પકડી નર્મદા દૃષ્ટિના ફોરેસ્ટ ડિપાર્ટમેન્ટ માં સોંપવામાં આવ્યો.
ગતરોજ જીવ સેવા ચેરીટેબલ ટ્રસ્ટમાં ફોન આવે રાજુભાઈ કાઠીયાવાડી નો કે નર્મદા જિલ્લામાં આવેલ સાવલી...
Vivek Bindra नहीं, अब Sandeep Maheshwari ने अफसरों का नाम लेकर किस पर सवाल उठाया?
Vivek Bindra नहीं, अब Sandeep Maheshwari ने अफसरों का नाम लेकर किस पर सवाल उठाया?
हृदयाला स्पर्श करणारी घटना । गरीब मुलीची इच्छा या व्यक्तीने केली पूर्ण! HPN MARATHI NEWS
हृदयाला स्पर्श करणारी घटना । गरीब मुलीची इच्छा या व्यक्तीने केली पूर्ण! HPN MARATHI NEWS