মৰিগাঁৱত নিশা তীব্ৰবেগী দাম্পাৰৰ দৌৰাত্ম।

👉তীব্ৰবেগী দাম্পাৰে মহতিয়ালে দুখন দোকানৰ লগতে এখন ই-ৰিক্সা।

👉AS21C8567 নম্বৰৰ দাম্পাৰ খনৰ খুন্দাৰ পৰা কথমপি প্রাণ ৰক্ষা পৰে দোকানৰ পিছপিনে বাস কৰা পৰিয়ালটোৰ।

👉আহত তিনিজক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।