মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৰাজ্য এক লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰা । প্ৰতিশ্ৰুতি দিয়া অনুসৰি নিযুক্তি প্ৰক্ৰিয়া কিছু লেহেমীয়া হোৱাত বিৰোধীৰ লগতে ৰাজ্যৰ দল- সংগঠন সমূহে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰ ক্ৰমাৎ দি গৈছে । আজি গুৱাহাটীৰ খানাপাৰাত কেইবাহাজাৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্য চৰকাৰে। মন্ত্ৰী পীয়ূষ হাজৰিকা, ৰঞ্জিত দাস, কেশৱ মহন্ত, অতুল বৰাকে ধৰি কেইবা গৰাকীও মন্ত্ৰী–বিধায়কৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে । ৰাজ্য চৰকাৰৰ এই বৃহৎ নিযুক্তিক লৈ মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই। ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে যি চেষ্টা কৰিছে তাৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিলে এ জে ৱাই চি পিৰ সভাপতি গৰাকীয়ে । লগতে চৰকাৰে দিয়া নিযুক্তি যাতে স্বচ্ছ আৰু নিকা হয় তাৰবাবে গুৰুত্ব দিয়ক আৰু ৰাজ্যৰ নিবনুৱা সমস্যাটো যাতে স্থায়ী সমাধান হয় তাৰ বাবে চৰকাৰক কাম কৰাৰ বাবে আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા મો સાઈન એન્ડ રાઈસ અને રોટરી ક્લબ ડીવાઈન ફનફેર ખુલ્લું મુકાયું
ડીસા મો સાઈન એન્ડ રાઈસ અને રોટરી ક્લબ ડીવાઈન ફનફેર ખુલ્લું મુકાયું
રાજુલા ખાડીમાં પડી ડૂબી જતાં યુવકનું મોત નિપજ્યું
રાજુલા ખાડીમાં પડી ડૂબી જતાં યુવકનું મોત નિપજ્યું
રાધનપુર તાલુકાના ગોતરકા ખાતે વિશ્વ યોગ દિવસની ઉજવણી કરાઇ | SatyaNirbhay News Channel
રાધનપુર વિશ્વ યોગ દિવસની ઉજવણી કરાઇ | SatyaNirbhay News Channel
कांवड़ रूट की दुकानों पर नेमप्लेट लगाने के फरमान का JDU ने किया विरोध, मुस्लिम धर्मगुरु भी नाराज
यूपी में कांवड़ यात्रा से पहले मुजफ्फरनगर जिले में खाने-पीने और फल की दुकानें लगाने वाले...
प्रदेश में कानून व्यवस्था चरमराई,पुलिस मुलाजिम की हत्या से आम आदमी सहमा: तरुण चुघ
चंडीगढ़: भाजपा के राष्ट्रिय महासचिव तरुण चुघ ने एक बार फिर प्रदेश की बिगड़ चुकी कानून व्यवस्था को...