হোজাইত ৰাজপথ অৱৰোধ বন্যহস্তীৰ । হোজাই আৰু পশ্চিম কাৰ্বিআংলং সংযোগী পথ অৱৰোধ কৰে এটা বন্যহস্তীয়ে।খাদ্যৰ সন্ধানত প্ৰায়ে এনেদৰে বন্যহস্তীয়ে পদ অৱৰোধ কৰা দেখিবলৈ পোৱা যায় । কোমোৰাকটা সংৰক্ষিত বনাঞ্চলৰ মাজেদি পাৰ হৈ যোৱা পথত প্ৰায়ে এনে দৰে দেখিবলৈ পোৱা যায়। ফলত যান-বাহন চলাচল কিছু সময়ৰ বাবে বন্ধ হৈ পৰে । চাইকেল আৰোহি য়ে চাইকেল পেলাই পলায়ন কৰা দেখিবলৈ পোৱা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰঙিয়াত বৈদ্যগড় গাও পঞ্চায়ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন স্থানীয় বিধায়ক ভবেশ কলিতাৰ
ৰঙিয়াত বৈদ্যগড় গাও পঞ্চায়ত কাৰ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ভবেশ কলিতাই...
અમદાવાદ સાઇબર સેલ ટીમે અમેરિકન નાગરિકને છેતરતા બે ઇસમની કરી ધરપકડ કોલ સેન્ટર નું પરદા ફાશ..
અમદાવાદ સાઇબર સેલ ટીમે અમેરિકન નાગરિકને છેતરતા બે ઇસમની કરી ધરપકડ કોલ સેન્ટર નું પરદા ફાશ..
Budget 2024: RailTel के चेयरमैन और MD संजय कुमार की बजट पर राय, Railway के लिए क्या होगा खास?
Budget 2024: RailTel के चेयरमैन और MD संजय कुमार की बजट पर राय, Railway के लिए क्या होगा खास?
નરેંદ્ર મોદી ના જન્મદિવસ નિમિત્તે કાલોલ ભાજપ દ્વારા સેવા પખવાડિક અંતર્ગત આયુષ્માન કાર્ડ વિતરણ કરાયું
કાલોલ માં વડાપ્રધાન નરેન્દ્ર મોદી ના જન્મદિન નિમિત્તે સેવા પખવાડિયા અંતર્ગત ભાજપ દ્વારા આયુષ્યમાન...