ৰঙিয়াত বৈদ্যগড় গাও পঞ্চায়ত কাৰ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ভবেশ কলিতাই ।তদুপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰে বিধায়ক কলিতাই ।২০ লক্ষ টকা ব্যায় সাপেক্ষে আটকধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ লোৱা পঞ্চায়ত কাৰ্যালয়টো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ ৰাইজ উপকৃত হোৱাৰ আশা ব্যাক্ত কৰে কলিতাই ।অনুষ্ঠানত বৈদ্যগড় গাও পঞ্চায়তৰ সভাপতি দুলু ভূঞা ,ৰঙিয়া আঞ্চলিক পঞ্চায়ত সভানেত্ৰি শিপ্ৰা দাস,পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોબાઈલ ટાવર ઘરે લગાવો અને હજારો કમાવો તેવા ફેક ન્યુઝથી સાવધાન
આજકાલ સોશિયલ મીડિયા પર એક મેસેજ ખૂબ ઝડપથી વાયરલ થઇ રહ્યો છે. આ મેસેજનું ફેક્ટ ચેક પીઆઇબી દ્રારા...
कोटा जिले में रामनवमी के जुलूस के दौरान हादसा, करंट लगने से तीन लोगों की मौत
राजस्थान के विभिन्न शहरों में गुरुवार को रामनवमी के मौके पर भगवान राम की शोभायात्रा और...
Sukhdev Singh Gogamedi की हत्या के बाद Rajasthan में बवाल, Jaipur में जोरदार प्रदर्शन | Karni Sena
Sukhdev Singh Gogamedi की हत्या के बाद Rajasthan में बवाल, Jaipur में जोरदार प्रदर्शन | Karni Sena
નિવૃત શિક્ષકે બનાવેલી નખથી પણ નાની પતંગ અને ફીરકી જોઈ મુઝવાઈ જશો..!
નિવૃત શિક્ષકે બનાવેલી નખથી પણ નાની પતંગ અને ફીરકી જોઈ મુઝવાઈ જશો! લોકો સુધી આ મેસેજ પહોંચે તેવો...