হোজাইত ৰাজপথ অৱৰোধ বন্যহস্তীৰ । হোজাই আৰু পশ্চিম কাৰ্বিআংলং সংযোগী পথ অৱৰোধ কৰে এটা বন্যহস্তীয়ে।খাদ্যৰ সন্ধানত প্ৰায়ে এনেদৰে বন্যহস্তীয়ে পদ অৱৰোধ কৰা দেখিবলৈ পোৱা যায় । কোমোৰাকটা সংৰক্ষিত বনাঞ্চলৰ মাজেদি পাৰ হৈ যোৱা পথত প্ৰায়ে এনে দৰে দেখিবলৈ পোৱা যায়। ফলত যান-বাহন চলাচল কিছু সময়ৰ বাবে বন্ধ হৈ পৰে । চাইকেল আৰোহি য়ে চাইকেল পেলাই পলায়ন কৰা দেখিবলৈ পোৱা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાંકરેજ તાલુકાના વેપારી મથક થરા ખાતે વેપારી પર અજાણ્યા ઈસમો દ્વારા હુમલા અંગે પીએસઆઈને આવેદનપત્ર
કાંકરેજ તાલુકાના વેપારી મથક થરા ખાતે વેપારી પર અજાણ્યા ઈસમો દ્વારા હુમલા અંગે પીએસઆઈને આવેદનપત્ર
Cyber Attacks: भारतीय वेबसाइटों पर 500 करोड़ से ज्यादा साइबर हमले, रिपोर्ट में खुलासा; ये क्षेत्र सबसे ज्यादा निशाने पर
खुदरा और ई-कामर्स उद्योग ज्यादातर कार्डिंग हमलों के निशाने पर थे। आइटी सेवा और परामर्श बैंकिंग...
চৰাইদেউ জিলাৰ মাহমৰাত তুংগত উঠিছে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ
৮ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ৭নং ৰজাবাৰী সমষ্টিৰ অসম জাতীয় পৰিষদৰ...
Share Market Next Week | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awaaz
Share Market Next Week | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awaaz
NEWS | પાટણ જિલ્લાના ગ્રામીણ વિસ્તારોમાં ખેડૂતોને મોટો આર્થિક ફટકો,ખેડૂતોને લાખો રૂપિયાનું નુકશાન
NEWS | પાટણ જિલ્લાના ગ્રામીણ વિસ્તારોમાં ખેડૂતોને મોટો આર્થિક ફટકો,ખેડૂતોને લાખો રૂપિયાનું નુકશાન