ত্ৰিশ ছেপ্তেম্বৰত ছবিগৃহলৈ আহিব ৰজতকমল বঁটা প্ৰাপ্ত অসমীয়া বোলছবি ব্ৰিজ ৷ ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান কঢ়িয়াই অনা ব্ৰিজ ছবি খন ত্ৰিশ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব অসমৰ ৪৫ টা ছবিগৃহত ৷ অসমৰ গ্ৰাম্য পটভূমিত নিৰ্মিত ছবি খনক অসমীয়া ৰাইজে আকোঁৱালী লোৱাৰ আশা প্ৰকাশ পৰিচালক কৃপাল কলিতাই ৷ ২০২০ বৰ্ষতে ছবিখন মুক্তি লাভ কৰাৰ কথা আছিল যদিও কৰোনা মহামাৰিৰ বাবে মুক্তি দিব পৰা নাছিল ৷ সম্প্ৰতি ছবি খন মুক্তিৰ বাবে অভিনেত্ৰী শিৱাৰাণী কলিতাক আৰু কৃপাল কলিতাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰ চলাইছে ৷ যোৱা নিশা নাৰায়ণপুৰ প্ৰেছ ক্লাবত ছবিখনৰ প্ৰচাৰ চলাই ৷ উল্লেখ্য যে ছবিখনৰ নবাগতা অভিনেত্ৰী শিৱাৰাণী কলিতাই কেইবাটাও শিতানত সন্মান বুটলিবলৈ সক্ষম হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহাৰ শিক্ষক, সাংস্কৃতিক কৰ্মী ইন্দ্ৰ মোহন দাসলৈ সুভাষ চন্দ্ৰ বসু আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ।
ৰহা নিবাসী, দীঘলদৰি ৯৮নং প্ৰাৰ্থমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক, সাংস্কৃতিক কৰ্মী,অভিনেতা ইন্দ্ৰ...
बाबा श्याम के दिव्य विग्रह एवं निज मंदिर खाटू धाम से रथ में विराजमान पावन अखंड ज्योत को श्रद्धालुओं ने भव्य स्वागत
बाबा श्याम के दिव्य विग्रह एवं निज मंदिर खाटू धाम से रथ में विराजमान पावन अखंड ज्योत के...
Manish Malhotra के घर गणपति दर्शन के लिए पहुंची Bollywood की Actressl Janhavi Kapoor l Malaika Arora
Manish Malhotra के घर गणपति दर्शन के लिए पहुंची Bollywood की Actressl Janhavi Kapoor l Malaika Arora
নন্দন কানন বিদ্যা নিকেতন, ৰাজঘাটত বড়ো অ'মেন জাষ্টিচ ফ'ৰামৰ মুখ্য উপদেষ্টা ডঃ অঞ্জলি প্ৰভা দৈমাৰী
দেওমৰনৈৰ সমীপৰ নন্দন কানন বিদ্যা নিকেতন, ৰাজঘাটত নবাব চেৰিটেবল ফাউণ্ডেশ্যনৰ...
BHAVNAGAR : ક્યાંથી ઝડપાયું ડુપ્લીકેટ નોટોનું કૌભાંડ?
#buletinindia #gujarat #bhavnagar