ত্ৰিশ ছেপ্তেম্বৰত ছবিগৃহলৈ আহিব ৰজতকমল বঁটা প্ৰাপ্ত অসমীয়া বোলছবি ব্ৰিজ ৷ ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান কঢ়িয়াই অনা ব্ৰিজ ছবি খন ত্ৰিশ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব অসমৰ ৪৫ টা ছবিগৃহত ৷ অসমৰ গ্ৰাম্য পটভূমিত নিৰ্মিত ছবি খনক অসমীয়া ৰাইজে আকোঁৱালী লোৱাৰ আশা প্ৰকাশ পৰিচালক কৃপাল কলিতাই ৷ ২০২০ বৰ্ষতে ছবিখন মুক্তি লাভ কৰাৰ কথা আছিল যদিও কৰোনা মহামাৰিৰ বাবে মুক্তি দিব পৰা নাছিল ৷ সম্প্ৰতি ছবি খন মুক্তিৰ বাবে অভিনেত্ৰী শিৱাৰাণী কলিতাক আৰু কৃপাল কলিতাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰ চলাইছে ৷ যোৱা নিশা নাৰায়ণপুৰ প্ৰেছ ক্লাবত ছবিখনৰ প্ৰচাৰ চলাই ৷ উল্লেখ্য যে ছবিখনৰ নবাগতা অভিনেত্ৰী শিৱাৰাণী কলিতাই কেইবাটাও শিতানত সন্মান বুটলিবলৈ সক্ষম হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
05th August 2022: જાણો કેવો રહેશે તમારો આજનો દિવસ
*મેષ રાશી
ચૂ,ચે,ચો,અ,લ
- તમારા સ્વાસ્થ્ય પ્રત્યે બેદરકાર રહેતા નહીં ખાસ કરીને શરાબ ટાળજો. જે...
વડોદરા: છાણી ખાતે વિવિધ સરકારી યોજનાઓનો સેવાકીય કાર્યક્રમ
વડોદરા: છાણી ખાતે વિવિધ સરકારી યોજનાઓનો સેવાકીય કાર્યક્રમ
स्वर्गवासी मेटे साहेब म्हणजे बीड जिल्ह्याचे वाघ होते! शिवानी देशमुख यांचे मत
स्वर्गवासी मेटे साहेब म्हणजे बीड जिल्ह्याचे वाघ होते! शिवानी देशमुख यांचे मत
Sushma Andhare | यांची राज ठाकरे व नारायण राणे यांच्यावर खोचूक टीका!
Sushma Andhare | यांची राज ठाकरे व नारायण राणे यांच्यावर खोचूक टीका!
100 Mn & Counting: Shared EV Mobility Leader Yulu Hits Green Deliveries Milestone
100 Mn & Counting: Shared EV Mobility Leader Yulu Hits Green Deliveries Milestone
With...