নুমলীগড়ৰ মৰঙীৰ পোৰাজংঘলত জনস্বাস্থ্য বিভাগৰ স্বচতা অভিযান।

হয় দেশৰ স্বাধীনতাৰ 75বছৰ উপলক্ষ্যে দেশে উদযাপন কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱ। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগেও ৰূপায়ণ কৰিছে এলানি কাৰ্যসূচী।স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগে আজি মৰঙীৰ পোৰাজংঘলত জনস্বাস্থ্য বিভাগৰ পৰিৱেশ নিকাকৰন। আজি পোৰাজংঘলত অংগণবাঢ়ি কেন্দ্ৰ, উপস্বাস্থ্য কেন্দ্ৰ আৰু গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ চৌপাশ নিকাকৰণ কৰে।