নাৰায়ণপুৰ পৌৰসভাই প্লাষ্টিকৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ পৌৰসভাখনৰ অন্তৰ্গত প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানক প্ৰথমে প্লাষ্টিকৰ বেগ আৰু সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে নিষেধাজ্ঞা জাননী জাৰি কৰাৰ অন্তত সম্প্ৰতি পৌৰসভাখনে আৰম্ভ কৰি তালাচী অভিযান ৷ আজিৰ দিনটোত পৌৰসভাখনৰ অন্তৰ্গত ৭৬ খন ব্যৱসায়ী প্ৰতিষ্ঠানত পৰিদৰ্শন কৰি জব্দ কৰে ৪:৫ কিলোগ্ৰাম প্লাষ্টিকৰ বেগ ৷ আৰু ১৬০০ টকা জৰিমনা সংগ্ৰহ কৰে ৷ পৌৰসভাখনৰ এই অভিযানে নাৰায়ণপুৰক প্লাষ্টিক মুক্ত কৰিবলৈ সক্ষম হোৱাৰ আশা কৰিছে সচেতন সমাজে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
એક વર્ષથી સગીરાને ભગાડી જનાર આરોપી ઝડપાયો
સગીર બાળાઓની બાળબુધ્ધિનો ફાયદો ઉઠાવી, પ્રેમજાળમાં ફસાવી લગ્ન કરવાની, લાલચ આપી, કાયદેસરના...
संगणक परिचालक संघटनेच्या तालुका परतूर येथे कऱ्यकरणीची निवड.
*संगणक परिचालक संघटनेच्या तालुका परतुर येथे कार्यकारिणीची निवड.*
महाराष्ट्र राज्य...
जेसीआई कोटा स्टार ने शीतल जल के प्याऊ का शुभारंभ किया
जेसीआई कोटा स्टार ने गर्मी के प्रभाव को देखते हुए शनिवार को सुभाष नगर द्वितीय में शीतल जल के...
विंडसर कैसल में 20 हजार मेहमानों ने देखा कॉन्सर्ट, कैटी पेरी समेत ये हस्तियां हुईं राज्याभिषेक में शामिल
King Charles Coronation: ब्रिटेन के किंग चार्ल्स (King Charles) की 74 साल की उम्र में...