ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান

আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অসমৰ প্ৰথম গৰাকী ড° ডিগ্ৰী লাভ কৰা ময়িদুল ইছলাম বড়া স্মৃতিত ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা -২০২২ প্ৰদান কৰা হয় ৷* *বিশিষ্ট সাহিত্যক , অনুবাদক দিগন্ত বিশ্ব শৰ্মা এইবাৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ প্ৰদান কৰা হয় ৷* *অৰুনোদয় সাহিত্য সভা আৰু ড° ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত ৰংপুৰ জ্যোতি ক্লাৱ আৰু ছোৱালী মহাবিদ্যালয় সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷