সোণাৰিস্থিত ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা মুখ্য কাৰ্যালয়ত আজি চৰাইদেউ জিলা মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। চৰাইদেউ জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মহিলা মৰ্চাৰ ৰাজ্যিক উপ সভানেত্ৰী তথা চৰাইদেউ জিলা মহিলা মৰ্চাৰ প্ৰভাৰী মধুমিতা দত্ত, ৰাজ্যিক মহিলা মৰ্চাৰ সাংস্কৃতিক কোষৰ আহ্বায়িকা প্ৰিয়ংকা কলিতা গগৈৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া তথা সাতটা মণ্ডলৰ সভানেত্ৰী -সম্পাদিকাৰ উপৰিও মহিলা মৰ্চাৰ মণ্ডল সমূহৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગરની એસઓજી પોલીસે છળકપટથી કે ચોરીથી મેળવેલા તાંબા પિત્તળના વાસણો સાથે શકમંદ શખ્સને ઝડપી પાડ્યો
સુરેન્દ્રનગરની એસઓજી પોલીસે છળકપટથી કે ચોરીથી મેળવેલા તાંબા પિત્તળના વાસણો સાથે શકમંદ શખ્સને ઝડપી...
Coffee Painting નુ Mayor ના હસ્તે શુભારંભ કરવામા આવ્યુ - Tarak Maheta Ka Oolta Chashma ના કલાકારો ના
Coffee Painting નુ Mayor ના હસ્તે શુભારંભ કરવામા આવ્યુ - Tarak Maheta Ka Oolta Chashma ના કલાકારો ના
Foreign Trade Policy 2023: लॉन्च हुई नई विदेश व्यापार नीति, रुपये के अंतरराष्ट्रीयकरण पर होगा फोकस
भारत सरकार की ओर से शुक्रवार को नई विदेश व्यापार नीति 2023-28 लॉन्च कर दी गई है। इस पॉलिसी...