সোণাৰিস্থিত ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা মুখ্য কাৰ্যালয়ত আজি চৰাইদেউ জিলা মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। চৰাইদেউ জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মহিলা মৰ্চাৰ ৰাজ্যিক উপ সভানেত্ৰী তথা চৰাইদেউ জিলা মহিলা মৰ্চাৰ প্ৰভাৰী মধুমিতা দত্ত, ৰাজ্যিক মহিলা মৰ্চাৰ সাংস্কৃতিক কোষৰ আহ্বায়িকা প্ৰিয়ংকা কলিতা গগৈৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া তথা সাতটা মণ্ডলৰ সভানেত্ৰী -সম্পাদিকাৰ উপৰিও মহিলা মৰ্চাৰ মণ্ডল সমূহৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চন্দ্ৰযান-৩ মিছন: ১৪ আগষ্টত পৰৱৰ্তী কক্ষপথ হ্ৰাসৰ কৌশল সম্পন্ন কৰিব ইছৰো
অহা ১৪ আগষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আন এক কক্ষপথ হ্ৰাসৰ কৌশল সম্পন্ন কৰিব।চন্দ্ৰযান-৩...
Atiq Ahmed Live News: थोड़ी देर में होगी अतीक और अशरफ की पेशी, प्रयागराज कोर्ट में कड़ी सुरक्षा; पुलिस मांग सकती है रिमांड
Atiq Ahmed Live News Updates: अधिवक्ता उमेश पाल हत्याकांड के नामजद अभियुक्तों अतीक अहमद और...
149 रुपये का खर्च और साल भर की छुट्टी, Airtel के इन प्लान में मिलता है रोजाना 2.5GB डेटा और अनलिमिटेड कॉलिंग
Airtel Best Prepaid Plan एयरटेल 1799 रुपये से लेकर 3359 रुपये तक का सालाना रिचार्ज प्लान ऑफर करता...
50ನೇ ಜಿಎಸ್ಟಿ ಕೌನ್ಸಿಲ್ ಸಭೆಯಲ್ಲಿ ಸಚಿವ ಕೃಷ್ಣ ಬೈರೇಗೌಡ ರವರು ಭಾಗಿ
ಬೆಂಗಳೂರು : 50ನೇ ಜಿಎಸ್ಟಿ ಕೌನ್ಸಿಲ್ ಸಭೆಯಲ್ಲಿ ಸಚಿವ ಕೃಷ್ಣ ಬೈರೇಗೌಡರವರು ಕರ್ನಾಟಕದಿಂದ ಪ್ರತಿನಿಧಿಸಿ,...