মাৰোৱাৰী সমাজৰ উদ্যোগত আজি জগদুৱাৰস্থিত ফুড ভিল্লাত এখনি বিত্তীয় সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।মাৰোৱাৰী সন্মিলন টীয়কৰ সম্পাদক বিজু তনোৱালে আতধৰা এই সভাত বিশিষ্ট বক্তা হিচাপে সুদুৰ মুম্বাই পৰা অহা বিশিষ্ট বিত্তীয় পৰামৰ্শদাতা গজেন্দ্ৰ কোঠাৰী উপস্থিত থাকি উপস্থিত সকলোকে বিনিয়োগ তথা কিদৰে নিৰ্দিষ্ট উপাৰ্জনৰ মাজেৰেই বিত্তীয়ভাৱে সবল হ'ব পাৰি তাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।লগতে এই ক্ষেত্ৰত সকলোকে নিদিষ্ট কিছুমান আঁচনিত বিনিয়োগ কৰি নিজৰ ভৱিষ্যতৰ লগতে পৰিয়ালটোক সুৰক্ষিত কৰিবলৈ পৰামৰ্শ দিয়ে।উক্ত সভাত টীয়কৰ বিভিন্ন দল সংগঠনৰ ব্যক্তিৰ লগতে বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়াই আৰু মাৰোৱাৰী সন্মিলনে লোৱা এই পদক্ষেপক আদৰণী জনায়।সভাৰ শেষত টীয়ক মাৰোৱাৰী সন্মিলনৰ সভাপতি ৰাম অৱতাৰ বিহানীয়ে উপস্থিত সকলোকে এইদৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু আগলৈও এইদৰে বিভিন্ন বিষয়ৰ ওপৰত ৰাইজৰ সুবিধাৰ্থে সজাগতামূলক সভা অনুষ্ঠিত কৰি যাব বুলি আশা প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'Study Abroad' new project introduced by Blue collar Manpower Management
'Study Abroad' new project introduced by Blue collar Manpower Management
લ્યો બોલો હવે તો શાળામાં ભણતા નાના વિદ્યાર્થીઓ પણ સરકારને વિનંતી કરવા લાગ્યા
લ્યો બોલો હવે તો શાળામાં ભણતા નાના વિદ્યાર્થીઓ પણ સરકારને વિનંતી કરવા લાગ્યા
Akhilesh-Rahul Press Conference: 'गाजीपुर से गाजियाबाद तक NDA का सफाया होगा', बोले- राहुल-अखिलेश
Akhilesh-Rahul Press Conference: 'गाजीपुर से गाजियाबाद तक NDA का सफाया होगा', बोले- राहुल-अखिलेश
বিহাৰ চৰকাৰ গঠনক লৈ বিজেপিৰ মন্তব্য
নতুন দিল্লী, ১২ আগষ্ট। বিহাৰ চৰকাৰ গঠনক লৈ বিজেপিৰ মন্তব্য। শুকুৰবাৰে বিহাৰৰ...