টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ দেহাৱসান।পুৱা ৭.১০ বজাত হেঙেৰাবাৰীৰ কাঞ্চন নগৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ। টোকাৰী সম্ৰাট গৰাকীৰ মৃত্যুত আমাৰ ফালৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি।

#thevoiceofchariduar #NewsUpdate #sadnewstoday