মাজুলী নিমাতি ফেৰী ৰ মূল্য বৃদ্ধি সিদ্ধান্ত। প্ৰতিক্ৰিয়া প্ৰকাশ যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতিৰ। চৰকাৰৰ এইবাৰ ফেৰী ভাড়া বৃদ্ধিৰ চক্ৰান্ত।। পুণৰ মাজুলী বাসীৰ মুৰত চৰকাৰৰ ৰাম টাঙোন।। ১০০ শতাংশ বৃদ্ধি হব ফেৰী ভাড়া।।মাজুলী পৰা নিমাতি সংযোগী ফেৰীৰ ভাড়া বৃদ্ধিক লৈ গুৱাহাটীত শুনানি।।ৰাজহুৱা শুনানি লবলৈ মাজুলী বাসীক গুৱাহাটীলৈ আমন্ত্ৰণ( INLAND WATER Transport Regulatory Authority ) জনোৱা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে ।।উল্লেখ্য যে ২১,২২,২৩ ছেপ্টেম্বৰত ভাড়া বৃদ্ধিক লৈ মতামত গ্ৰহণ কৰা হব বুলি মাজুলীৰ কিছু লোকলৈ আহিছে একো খনকৈ পত্ৰ।ইয়াকে লৈ সৰৱ হৈ পৰিছে মাজুলী জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞাই ।২০১৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাজুলী নিমাতী ফেৰিৰ ভাৰা বৃদ্ধি কৰিব বিচৰাত সংগঠনটোৱে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল , ন্যায়ালয়ে ৰাই দিছিল মাজুলী যোৰহাটৰ মাজৰ ফেৰী ভাড়া বৃদ্ধি কৰিব লগা হলেও বিভাগে মাজুলীলৈ গৈ মাজুলী বাসীৰ মতামত লৈ ভাড়া বৃদ্ধি কৰিব লাগিব। কিন্তু ইয়াৰ বিপৰীতে দেখা গৈছে বিভাগে পুনৰ এতিয়া গুৱাহাটীত লৈ মাতি মতাতম গ্ৰহণ কৰিব খুজা কাৰ্য গ্ৰহণযোগ্য নহয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शरद पवार के बाद NCP का बॉस कौन? अजीत, सुप्रिया सुले के अलावा रेस में हैं ये नाम
नई दिल्ली, महाराष्ट्र की सियासत में दो मई को बड़ा घटनाक्रम देखने को मिला। देश की...
रविंद्र सिंह भाटी को जान से मारने की धमकी देने वाला गुजरात में दबोचा, हथियार बरामद
राजस्थान के शिव विधानसभा से विधायक रविंद्र सिंह भाटी को जान से मारने की धमकी देने वाले आरोपी को...
7th Pay Commission: कर्मचारियों को जल्द मिलेगी एक और अच्छी खबर, DA एरियर की घोषणा जल्द!
केंद्र सरकार ने पिछले महीने केंद्रीय कर्मचारियों के डीए (Dearness Allowance) को बढ़ा दिया था....
US Politics: भारतीय मूल के इस डॉ. को रिपब्लिकन पार्टी में मिला बड़ा सम्मान, राष्ट्रपति चुनाव में निभाएंगे अहम भूमिका
वाशिंगटन। भारतवंशी डा. संपत शिवांगी को इस महीने मिल्वौकी में रिपब्लिकन नेशनल कन्वेंशन के लिए...
JP Morgan On Maruti Suzuki | EV के Slowdown से किसे होगा फायदा? क्यों इस Stock पर बढ़ा भरोसा?
JP Morgan On Maruti Suzuki | EV के Slowdown से किसे होगा फायदा? क्यों इस Stock पर बढ़ा भरोसा?