পশ্চিম অভয়পুৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। আজি অনুষ্ঠিত হোৱা পশ্চিম অভয়পুৰ সমবায় সমিতি বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থাকে সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সভাত অংশগ্ৰহন কৰি সমবায় সমিতিৰ খনৰ প্ৰধান সমস্যা সমূহৰ সম্পৰ্কে আলোচনা কৰে। সমবায় সমিতি খন সম্পূৰ্ণ এক ৰাজহুৱা সম্পত্তি। অসমৰ ভিতৰতে দ্বিতীয় বৃহৎ সমবায় সমিতি আৰু অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথম সমবায় হিচাপে এক সুনাম আছে। প্ৰায় ছয় হেজাৰ সদস্যৰে গঠিত এই সমবায় সমিতিখন জীয়াই ৰখাৰ লগতে সকলো দিশতে উন্নতি সাধন কৰিবলৈ সকলোকে কাম কৰিবলৈ আহ্বান জনায় তেখেতৰ বক্তব্যত। লগতে আধাৰ কাৰ্ড বনাবলৈ আহ্বান জনায়। উক্ত সভাত উপস্থিত থাকে সমবায় সমিতিৰ সভাপতি প্ৰফুল্ল চাংমাই, সম্পাদক দুৰ্গা কালিন্দী,তদাৰকী পৰ্যবেক্ষক কাৰ্যবাহী বিষয়া নৱজ্যোত বড়া, পৰ্যবেক্ষক অঞ্জূমনি কলিতা, চফ্ৰাই মন্ডলৰ সভাপতি অৰ্জুন চেত্ৰী প্ৰমূখ্যে সমবায় খনৰ সমূহ বিষয় ববীয়াৰ লগতে দুই শতাধিক ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
J&K Elections: सीएम योगी ने घाटी की जनता से किया वादा, कहा- POK बनेगा भारत का हिस्सा | Aaj Tak
J&K Elections: सीएम योगी ने घाटी की जनता से किया वादा, कहा- POK बनेगा भारत का हिस्सा | Aaj Tak
Breaking News: SC से केजरीवाल ने अपनी याचिका वापस ली | CM Arvind Kejriwal Arrested Updates
Breaking News: SC से केजरीवाल ने अपनी याचिका वापस ली | CM Arvind Kejriwal Arrested Updates
પ્રધાનમંત્રી શ્રી નરેન્દ્ર ભાઈ મોદીજીનું સ્વાગત કરવામાં
વડોદરા ખાતે આદરણીય વડાપ્રધાન શ્રી નરેન્દ્રભાઈ મોદી સાહેબએ વડોદરાના નવલખી ગ્રાઉન્ડ ખાતે "વિજય...
ડીસા રાજમંદીર થી ભોયણ તરફ જતાં સર્વિસ રોડ પર હાઈવે હાઈવે ઓથોરિટી દ્વારા રોડને રીપેરીંગ કરવાને બદલે
ડીસા રાજમંદીર થી ભોયણ તરફ જતાં સર્વિસ રોડ પર હાઈવે હાઈવે ઓથોરિટી દ્વારા રોડને રીપેરીંગ કરવાને બદલે