আজি ‘বিশ্ব গঁড় দিৱস’। গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰ উদ্দেশ্যে ২২ ছেপ্টেম্বৰৰ দিনটোত বিশ্ববাসীয়ে পালন কৰি আহিছে বিশ্ব গঁড় দিৱস। মূলতঃ এই দিৱসটো পালন কৰাৰ উদ্দেশ্য হৈছে আফ্ৰিকা আৰু এছিয়াত বাস কৰা গঁড়ৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে সজাগতা বঢ়োৱা আৰু মানুহক গঢ়ৰ সংৰক্ষণ কৰাৰ বাবে উৎসাহিত কৰা। এছিয়া আৰু আফ্ৰিকাৰ গঁড়ৰ প্ৰজাতিৰ উপৰিও এই দিনটো জন্তুৰ বাবে উদযাপন কৰা হয় আৰু মানুহক সেইবোৰ সংৰক্ষণ কৰাৰ বাবে প্ৰেৰণা যোগোৱা উদ্দেশ্যে বিশ্ব বন্য প্ৰাণী পুঁজি (WWF)য়ে ২০১০ চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ‘বিশ্ব গঁড় দিৱস’ ঘোষণা কৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
এজাক বৰষুণতে ডুবিল বাইহাটা চাৰিআলিঃ নলাৰ সু-ব্যৱস্থা কৰি দিবলৈ ভুক্তভোগী ৰাইজৰ দাবী
পুৱাৰ ভাগত এজাক ডবাপিতা বৰষুণত ডুব গ’ল বাইহাটা চাৰিআলি ৷ কামৰূপ জিলা লোক নিৰ্মাণ...
જેસરમાં મતદાર સુધારા કામગીરી શરૂ કરવામાં આવી
જેસરમાં મતદાર સુધારા કામગીરી શરૂ કરવામાં આવી
શિનોર તાલુકામાં અનોખી રીતે આમ આદમી પાર્ટીનો પ્રચાર કરવામાં આવી રહ્યો છે જુઓ 👉👇
શિનોર તાલુકામાં અનોખી રીતે આમ આદમી પાર્ટીનો પ્રચાર કરવામાં આવી રહ્યો છે જુઓ 👉👇
শিক্ষামন্ত্ৰীৰ মন্তব্য ফলাফলকলৈ
শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ নতুন মন্তব্য ...
এইবাৰ চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল আৰু ইয়েই শিক্ষা...