আজি ‘বিশ্ব গঁড় দিৱস’। গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰ উদ্দেশ্যে ২২ ছেপ্টেম্বৰৰ দিনটোত বিশ্ববাসীয়ে পালন কৰি আহিছে বিশ্ব গঁড় দিৱস। মূলতঃ এই দিৱসটো পালন কৰাৰ উদ্দেশ্য হৈছে আফ্ৰিকা আৰু এছিয়াত বাস কৰা গঁড়ৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে সজাগতা বঢ়োৱা আৰু মানুহক গঢ়ৰ সংৰক্ষণ কৰাৰ বাবে উৎসাহিত কৰা। এছিয়া আৰু আফ্ৰিকাৰ গঁড়ৰ প্ৰজাতিৰ উপৰিও এই দিনটো জন্তুৰ বাবে উদযাপন কৰা হয় আৰু মানুহক সেইবোৰ সংৰক্ষণ কৰাৰ বাবে প্ৰেৰণা যোগোৱা উদ্দেশ্যে বিশ্ব বন্য প্ৰাণী পুঁজি (WWF)য়ে ২০১০ চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ‘বিশ্ব গঁড় দিৱস’ ঘোষণা কৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા શહેરમાં નીતિ નિયમોને નેવે મુકતા સ્કૂલવાન અને રિક્ષાચાલકો...
વડોદરા શહેરમાં નીતિ નિયમોને નેવે મુકતા સ્કૂલવાન અને રિક્ષાચાલકો...
PM Modi Full Speech: आजमगढ़ में विपक्ष पर बरसे पीएम मोदी, Akhilesh Yadav पर लगाए गंभीर आरोप
PM Modi Full Speech: आजमगढ़ में विपक्ष पर बरसे पीएम मोदी, Akhilesh Yadav पर लगाए गंभीर आरोप
এক পথ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা চেলেংগুৰিৰ এগৰাকী সমাজ সেৱক নম্ৰকান্ত মৰাণৰ ডিব্ৰুগড়ত মৃত্যু।
সকলোৰে শ্ৰদ্ধাৰ সমাজসেৱক,সমাজ সংগঠক নম্ৰকান্ত মৰাণ(মেকেয়া) আৰু নাই ৷বৰআলি আঞ্চলিক যুৱক সংঘৰ...
Skin Whitening Tips ll #tanningremove #skincare#hometips #shorts #youtubeshorts
Skin Whitening Tips ll #tanningremove #skincare#hometips #shorts #youtubeshorts
लोकसभाध्यक्ष ओम बिरला को ज्ञापन देकर बताई क्षेत्र की समस्याए
सुल्तानपुर . नगर में दौरे पर आए लोकसभाध्यक्ष ओम बिरला को यहाँ ग्रामीणों ने विभिन्न ज्ञापन सोंपकर...