সোণাৰিত অব্যাহত আছে আবকাৰী বিভাগৰ অভিযান। অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে অব্যাহত ৰাখিছে অভিযান। শেহতীয়াকৈ সোণাৰিৰ টিয়কহাবি, শিঙিবিল আদি অঞ্চলত একাংশ সমাজবিৰোধী লোকে অবৈধ ভাৱে গঢ়ি তোলা চুলাই মদৰ কেইবাটাও ভাটি ধ্বংস কৰাৰ লগতে বুজন পৰিমাণৰ অবৈধ চুলাই তথা চুলাই মদ তৈয়াৰ কৰা যন্ত্ৰ নষ্ট কৰে আবকাৰী বিভাগে। আনহাতে আবকাৰী বিভাগৰ অভিযান সন্দৰ্ভত দুষ্ট চক্ৰটোৱে জানিব পাৰি পলাই যাবলৈ সক্ষম হয় যদিও অভিযানকাৰী দলে ৬ টা গোচৰ ৰুজু কৰিছে ইতিমধ্যে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: Jammu में बरसे Amit Shah, कहा- आतंकवाद अंतिम सांसे गिन रहा है
Lok Sabha Election 2024: Jammu में बरसे Amit Shah, कहा- आतंकवाद अंतिम सांसे गिन रहा है
बिहार के कटिहार में जल नल योजना में अनियमितता का मामला हुआ उजागर
बिहार के कटिहार के बरारी में जल नल योजना में भारी अनियमितता को लेकर जिला प्रशासन पूरी तरह से एक...
राष्ट्रीय एकता दिवस पर कलेक्ट्रेट में हुआ शपथ ग्रहण समारोह
बाड़मेर. राष्ट्रीय एकता दिवस के तहत मंगलवार को कलेक्ट्रेट परिसर में शपथ ग्रहण समारोह का आयोजन...
ગારીયાધાર પોલીસે ત્રણ ઇસમોને ઝડપીને કાર્યવાહી હાથ ધરી
ગારીયાધાર પોલીસે ત્રણ ઇસમોને ઝડપીને કાર્યવાહી હાથ ધરી