সোণাৰিত অব্যাহত আছে আবকাৰী বিভাগৰ অভিযান। অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে অব্যাহত ৰাখিছে অভিযান। শেহতীয়াকৈ সোণাৰিৰ টিয়কহাবি, শিঙিবিল আদি অঞ্চলত একাংশ সমাজবিৰোধী লোকে অবৈধ ভাৱে গঢ়ি তোলা চুলাই মদৰ কেইবাটাও ভাটি ধ্বংস কৰাৰ লগতে বুজন পৰিমাণৰ অবৈধ চুলাই তথা চুলাই মদ তৈয়াৰ কৰা যন্ত্ৰ নষ্ট কৰে আবকাৰী বিভাগে। আনহাতে আবকাৰী বিভাগৰ অভিযান সন্দৰ্ভত দুষ্ট চক্ৰটোৱে জানিব পাৰি পলাই যাবলৈ সক্ষম হয় যদিও অভিযানকাৰী দলে ৬ টা গোচৰ ৰুজু কৰিছে ইতিমধ্যে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान में भारी बारिश का कहर, जयपुर एयरपोर्ट के बेसमेंट में पानी भरा; कई स्कूलों में बच्चों की हुई छुट्टी
बुधवार को राजस्थान के कई इलाकों में भारी बारिश दर्ज की गई. राजधानी जयपुर में बारिश की वजह से कई...
परतूर तालुक्यातील रुग्णवाहीका १०२ चालक नारायण अंभोरे यांचा मनमानी कारभार चक्क प्रवाशी वाहतूक करतोय
तालुका आरोग्य अधिकारी डॉ. चैतन्य डाके हे ड्युटीवर असतात की नाही परतूर तालुक्यातील १०२ रुग्णवाहीका...
গোলাঘাটত মৎস্য পালনৰ প্ৰশিক্ষণ
গোলাঘাটৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত আজি গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, গোলাঘাটৰ...