সোণাৰিৰ ভজোত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পকী দেৱালত খুন্দা মাৰিলে নেন' কাৰে। দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত এগৰাকী মহিলা আৰোহী। সোণাৰিৰপৰা ভজো অভিমুখী AS 06 Q 5097 নম্বৰৰ বাহনখনৰ চালকজনে কোনো ধৰণৰ আঘাত পোৱা নাই যদিও মহিলা আৰোহী গৰাকী গুৰুতৰভাৱে আহত হোৱাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাত সাফল্যৰ গোৰেশ্বৰৰ তাপস কুমাৰ দাসৰ
ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাত সাফল্যৰ গোৰেশ্বৰৰ তাপস কুমাৰ দাসৰ।
ৰাজ্য চৰকাৰৰ তৃতীয়...
PM Narendra Modi receives President Droupadi Murmu and Chief Guest President Abdel Fattah El-Sisi
PM Narendra Modi receives President Droupadi Murmu and Chief Guest President Abdel Fattah El-Sisi
સુરેન્દ્રનગર જીલ્લાના નાગરીકોના ખોવાયેલ/ગુમ થયેલ/ચોરાયેલ કુલ 20 મોબાઇલનો મુદ્દામાલ રિકવર કરી તેરા તુજકો અર્પણ કાર્યક્રમ યોજતી સાયબર ક્રાઇમ પોલીસ સુરેન્દ્રનગર
ભારત સરકારના સંચાર સાથી પોર્ટલના CEIR મોડયુલમા લોકો દ્રારા તથા પોલીસ વિભાગ દ્રારા ખોવાયેલ,...
মৰিগাঁও চহৰত হৰ ঘৰ ত্ৰিৰংগাৰ বাবে আত্ম সহায়ক গোটৰ মহিলা ত্ৰিৰংগা বিক্ৰী
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰাল কৈ মৰিগাঁও চহৰত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ বাবে আত্ম সহায়ক...
সোণাৰি পৌৰসভাই ছিল কৰিলে সোণাৰি বৰপুখুৰী
সোণাৰি পৌৰসভাই ছিল কৰিলে সোণাৰি বৰপুখুৰী।