সোণাৰিৰ ভজোত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পকী দেৱালত খুন্দা মাৰিলে নেন' কাৰে। দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত এগৰাকী মহিলা আৰোহী। সোণাৰিৰপৰা ভজো অভিমুখী AS 06 Q 5097 নম্বৰৰ বাহনখনৰ চালকজনে কোনো ধৰণৰ আঘাত পোৱা নাই যদিও মহিলা আৰোহী গৰাকী গুৰুতৰভাৱে আহত হোৱাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajasthan Election 2023 :BJP को झटका, Swami Anadi Saraswati ने थामा Congress का हाथ |
Rajasthan Election 2023 :BJP को झटका, Swami Anadi Saraswati ने थामा Congress का हाथ |