দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে চৰাইদেউ জিলা বিজেপি মহিলা মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভা। ইয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰে সন্ধিয়া জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় বিষয়ববীয়া সভা। এই সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা উপস্থিত থাকি আগন্তুক দিনত দলৰ ভেটি সুদৃঢ় কৰা সন্দৰ্ভত ভাষণ প্ৰদান কৰে। আনহাতে চৰকাৰে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনি ৰূপায়ন তথা আঁচনি সমূহ ৰাইজৰ মাজত লৈ যোৱাৰ বাবে বিভিন্ন পন্থা গ্ৰহন কৰা সন্দৰ্ভতো আলোচনা কৰা হয় সভাখনত। চৰাইদেউ জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জিলা মহিলা মৰ্চাৰ প্ৰভাৰী মধুমিতা মহন, ৰাজ্যিক মহিলা মৰ্চাৰ সাংস্কৃতিক কোষৰ আহ্বায়ক প্ৰিয়ংকা কলিতাৰ লগতে দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં પોક્સો અને દુષ્કર્મના કેસમાં આરોપીને 20 વર્ષની સજાનો હુકમ ફટકાર્યો
વર્ષ-2022 માં માત્ર 11 વર્ષની સગીરા પર દુષ્કર્મની ઘટના બની હતી. દુષ્કર્મ ગુજારનાર આરોપી વિરુદ્ધ...
ગિરધરનગર વિસ્તારમાં રહેતા યુવાને આર્થીક ભારણ ના પગલે કર્યો આપઘાત
ગિરધરનગર વિસ્તારમાં રહેતા યુવાને આર્થીક ભારણ ના પગલે કર્યો આપઘાત
ધારી;-દશેરાના તહેવાર દરમિયાન ઠેરઠેર માવાની મિઠાઈ ઓનુ વેચાણ-સારૂએવુ વેચાણ
ધારી;-દશેરાના તહેવાર દરમિયાન ઠેરઠેર માવાની મિઠાઈ ઓનુ વેચાણ-સારૂએવુ વેચાણ
ભાવનગરમાં ‘લમ્પી’નું સંક્રમણ વધતા પશુપાલકોમાં ચિંતા
ગુજરાતના અનેક જીલ્લાઓમાં લમ્પી વાયરસ ફેલાયો છે ત્યારે ભાવનગરમાં લમ્પી વાઈરસે આક્રમણ કર્યું છે....
सोमवारी जिल्हाधिकारी कार्यालयाचे सभागृहात 'जिल्हास्तरीय महिला लोकशाही दिन
रत्नागिरी : जिल्हास्तरावर दर महिन्याला तिसऱ्या सोमवारी जिल्हाधिकारी कार्यालयाचे सभागृहात...