দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে চৰাইদেউ জিলা বিজেপি মহিলা মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভা। ইয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰে সন্ধিয়া জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় বিষয়ববীয়া সভা। এই সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা উপস্থিত থাকি আগন্তুক দিনত দলৰ ভেটি সুদৃঢ় কৰা সন্দৰ্ভত ভাষণ প্ৰদান কৰে। আনহাতে চৰকাৰে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনি ৰূপায়ন তথা আঁচনি সমূহ ৰাইজৰ মাজত লৈ যোৱাৰ বাবে বিভিন্ন পন্থা গ্ৰহন কৰা সন্দৰ্ভতো আলোচনা কৰা হয় সভাখনত। চৰাইদেউ জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জিলা মহিলা মৰ্চাৰ প্ৰভাৰী মধুমিতা মহন, ৰাজ্যিক মহিলা মৰ্চাৰ সাংস্কৃতিক কোষৰ আহ্বায়ক প্ৰিয়ংকা কলিতাৰ লগতে দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માનગઢ ને રાષ્ટ્રીય સ્મારક જાહેર કરવા માટે કોંગ્રેસ દાહોદ જિલ્લા સમિતિ દ્વારા એક ભવ્ય સભાનું આયોજન કરવામાં આવ્યું
માનગઢને રાષ્ટ્રીય સ્મારક જાહેર કરવા માટે દાહોદ જિલ્લા કોંગ્રેસ સમિતિ દ્વારા આજરોજ રાજસ્થાન થી...
RSS ৰ স্বৰসংঘ চালক ড° মোহন ভাগৱতৰ ভাষণ
আজি বিজয়া দশমীৰ দিনটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বৰসংঘ চালক মোহন ভাগৱতৰ ভাষণ
সানেকুছি শ্ৰীশ্ৰী গৰখীয়া গোপাল থানৰ বাৰ্ষিক উৎসৱৰ আয়োজন
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি শ্ৰীশ্ৰী গৰখীয়া গোপাল থানৰ পঞ্চদশ বাৰ্ষিক উৎসৱটি...
ભાભર વીજ તંત્રની બેદરકારી આવી સામે
ભાભર વીજ તંત્રની બેદરકારી આવી સામે
বিশ্বনাথত এজন চাইকেল আৰোহীৰ গাত পৰিল 440 ভল্টৰ বিদ্যুত পৰিবাহিত খুঁটা
ৰাখে হৰি মাৰে কোনে,মাৰে হৰি ৰাখে কোনে।যেন বাক্যশাৰীয়ে প্ৰতিপন্ন হ'ল বিশ্বনাথত। এক ভয়াবহ ঘটনা...