জামুগুৰিহাটৰ মৰনাকুৰিৰ চাপৰিত উদ্ধাৰ কৰা হৈছে প্ৰায় ২৫ কেজি ওজনৰ প্ৰকাণ্ড অজগৰ। এটা খাহী ছাগলী ভক্ষণ কৰি থকা অৱস্থাত গাওঁ খনৰে উত্তম বৰা,পল্লৱ বৰা আৰু ভৱ শইকীয়াই অজগৰ দাল প্ৰত্যক্ষ কৰে আৰু পিছত কৌশলেৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। প্ৰায় ১৪ ফুট দীঘল আৰু ১৮ ইঞ্চি গোলাকাৰ অজগৰডাল পিছত বন বিভাগক চমজাই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰে দিনৰ পোহৰতে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ হৈ আছে গৰু আৰু ইউৰীয়া সাৰ
আজিৰ খবৰ, গুৱাহাটী , ২২ জুলাই : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিগত সময়চোৱাত অসম...
ધેલા સોમનાથ મહાદેવને જળ અભિષેક કરવાના રૂપિયા 351આપવા પડશે ભક્તો વિરોધ વ્યક્ત કર્યો
ધેલા સોમનાથ મહાદેવને જળ અભિષેક કરવાના રૂપિયા 351આપવા પડશે ભક્તો વિરોધ વ્યક્ત કર્યો
અમદાવાદ : કેન્દ્રીય ગૃહ મંત્રી અમિત શાહ 4 સપ્ટેમ્બરે અમદાવાદની મુલાકાતે, ઓલ ઈન્ડિયા પ્રિઝન ડ્યુટી મીટનું ઉદ્ઘાટન કરશે
કેન્દ્રીય ગૃહ અને સહકાર મંત્રી અમિત શાહની અધ્યક્ષતામાં સપ્ટેમ્બર-2022માં અમદાવાદમાં 6મી ‘ઓલ...