বলীউডৰ অভিনেতা ছলমান খানে শেহতীয়াকৈ লাভ কৰা ভাবুকি পত্ৰৰ পাছতেই আত্মৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে মুম্বাই আৰক্ষীক এখন আবেদন দাখিল কৰিছিল ৷ ইয়াৰ পিছতে তেওঁক এখন আৰ্মছ লাইচেন্স প্ৰদান কৰা বুলি সোমবাৰে মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে । শেহতীয়াকৈ মুম্বাই আৰক্ষী আয়ুক্ত বিবেক ফানচালকাৰ আৰু যুটীয়া আৰক্ষী আয়ুক্ত বিশ্বাস নাংগ্ৰে-পাটিলক সাক্ষাৎ কৰিছিল বলীউড অভিনেতা গৰাকীয়ে ।বিগত মাহত ছলমান খান আৰু তেওঁৰ পিতৃ, চিত্ৰনাট্যকাৰ চেলিম খানে এখন ভাবুকি পত্ৰ লাভ কৰিছিল ৷ মে’ মাহত হত্যা কৰা পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ দৰেই মৃত্যুৰ সন্মুখীন হ’ব বুলি ভাবুকি পত্ৰখনত উল্লেখ আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধেমাজি খুবলিয়া গাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ উদ্যোগত ঘৰে ঘৰে জাতীয় পতাকাৰ সজাগতা শিবিৰৰ
ধেমাজি খুবলিয়া গাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ উদ্যোগত ঘৰে ঘৰে জাতীয় পতাকাৰ সজাগতা শিবিৰৰ
Mercedes-Benz ने पेश की AMG Vision Gran Turismo सुपर कार, पलक झपकते ही हो जाएगी छू-मंतर
Mercedes-Benz ने मुंबई में नीता मुकेश अंबानी सांस्कृतिक केंद्र में Mercedes-Benz AMG Vision Gran...
Elon Musk ने की US में EV पर मिलने वाले टैरिफ की खिलाफत, भारत से खुद मांग रहे हैं छूट
Elon Musk ने कहा कि न तो टेस्ला और न ही मैंने इन टैरिफ के लिए कहा। उनका इशारा अमेरिका की ओर से...
Hoon Taari Heer Movie Review | Shri Parshottam Rupala | Puja Joshi | Ojas | Latest Gujarati Movie
Hoon Taari Heer Movie Review | Shri Parshottam Rupala | Puja Joshi | Ojas | Latest Gujarati Movie