জামুগুৰিহাটৰ মৰনাকুৰিৰ চাপৰিত উদ্ধাৰ কৰা হৈছে প্ৰায় ২৫ কেজি ওজনৰ প্ৰকাণ্ড অজগৰ। এটা খাহী ছাগলী ভক্ষণ কৰি থকা অৱস্থাত গাওঁ খনৰে উত্তম বৰা,পল্লৱ বৰা আৰু ভৱ শইকীয়াই অজগৰ দাল প্ৰত্যক্ষ কৰে আৰু পিছত কৌশলেৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। প্ৰায় ১৪ ফুট দীঘল আৰু ১৮ ইঞ্চি গোলাকাৰ অজগৰডাল পিছত বন বিভাগক চমজাই দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तरुण चुग ने सुखदेव सिंह ढींडसा को दी श्रद्धांजलि – कहा, पंजाब की राजनीति का एक युग समाप्त हुआ
भारतीय जनता पार्टी के राष्ट्रीय महामंत्री तरुण चुग ने वरिष्ठ अकाली नेता और पूर्व केंद्रीय मंत्री...
सोलापुरातील हॉटेल कामगार झाला वकील !
सोलापुरातील दयानंद कॉलेज परिसरात असणारी गुजरवस्ती ही झोपडपट्टी. इथं वाढलेल्या अविनाश...
দেশত কৈ মোমাই ডাঙৰ নহয় কথাষাৰ পুনৰ মনত পেলাই দিলে এজন যুৱকে
দেশত কৈ মোমাই ডাঙৰ নহয় কথাষাৰ পুনৰ মনত পেলাই দিলে এজন যুৱকে।
'मातृवंदना'चा जिल्ह्यात १४७ महिलांना लाभ;१ हजार २७१ मातांची नोंदणी
( रत्नागिरी )
केंद्र शासनाच्या महिला व बाल विकास मंत्रालयाने 'प्रधानमंत्री मातृवंदना'...
જુનાગઢ જવાહર રોડ મુખ્ય સ્વામી મંદિર ખાતે ફ્રી સર્વરોગ નિદાન કેમ્પ યોજાયો
જુનાગઢ જવાહર રોડ મુખ્ય સ્વામી મંદિર ખાતે ફ્રી સર્વરોગ નિદાન કેમ્પ યોજાયો