বুধবাৰে তিনিচুকীয়া বৌদ্ধ বিহাৰত দৰ্শনাৰ্থীৰ সেৱাৰ বাবে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বিশ্ৰামকোঠাৰ শুভ উদ্বোধন কৰে মন্ত্ৰী সঞ্জয় কিষানে