ৰঙিয়া মহকুমাৰ পশ্চিম বড়িগোগ মৌজাৰ বৰপূল্লাস্থিত ১০৬তম বৰপূল্লা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজাৰ এইবেলি বৰ্ণাধ্য কাৰ্য্যসূচীৰে অহা এক অক্টোবৰৰ পৰা পাচ অক্টোবৰলৈ পাচদিনীয়াকৈ আয়োজন কৰিছে৷উল্লেখ্য যে অহা ২৫ চেপ্তেম্বৰত মহালয়াৰ পাৰ্বন ও শ্ৰাদ্ধৰে দেৱীৰ আগমনৰ পিচত ২৬ চেপ্তেম্বৰৰ দেৱীৰ নৱৰাত্ৰি পূজা ও ব্ৰতোপবাসৰে পূজাৰ আৰম্ভণি কৰাৰ পিচতে এক অক্টোবৰত দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ আৰু পহিলাদিনাৰ বিভিন্ন মাংগলিক কাৰ্য্যসূচী আৰম্ভ৷দুই অক্টোবৰ সপ্তমী বিহিত পূজা দিনটোৰ বিভিন্ন আধ্যাত্মিক কাৰ্য্যৰ অন্তত নিশা নাগাৰা নাম৷তিনি অক্টোবৰ মহাষ্টমী পূজা নিশা নাগাৰা নাম প্ৰদৰ্শন৷ চাৰি অক্টোবৰ মহানৱমী পূজা,কুমাৰীপূজা,নিশা নাগাৰা নাম৷পাচ অক্টোবৰ দশমী বিহিত পূজা,অপৰাজিতা পূজা,আবেলি প্ৰতিমা বিষৰ্জন৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
श्री श्याम दर्शन कार्तिक महोत्सव धुमधाम से पालन
श्री श्याम दर्शन कार्तिक महोत्सव श्री श्याम परिवार डिब्रूगढ़ के सौजन्य में धुमधाम से पालन किया...
વલસાડ: પોલીસ બંદોબસ્ત સમયે નશામાં લવારા કરતા યુવકની ધરપકડ
વલસાડ: પોલીસ બંદોબસ્ત સમયે નશામાં લવારા કરતા યુવકની ધરપકડ
पानी छोड़ने पर बवाल, चीन ने धमकी दी, दुनियाभर में हड़कंप क्यों मचा? Japan| Jinping | Duniyadari E911
पानी छोड़ने पर बवाल, चीन ने धमकी दी, दुनियाभर में हड़कंप क्यों मचा? Japan| Jinping | Duniyadari E911
ৰাইজৰ দাবীৰ বাবেহে মই সাহিত্য সভাৰ সভাপতি পদৰ বাবে আগবাঢ়িছো, ৰাইজ আৰু মেডিয়াৰ আৰ্শীবাদ মোৰ লগত আছে "- সাহিত্যিক য়েছে দৰজে ঠংছিঃ
'মই সাহিত্য সভাৰ সভাপতি হোৱাৰ সপোন দেখা নাছিলোঁ । ৰাইজৰ দাবীৰ বাবেহে সাহিত্য সভাৰ সভাপতিৰ পদত...