অত্যধিক হাৰত বিদ্যুত মাচুল অহা বুলি গ্ৰাহকে কৰা অভিযোগৰ পাছত এতিয়া সাৰ পাইছে এপিডিচিএল কৰ্তৃপক্ষ। সেই অনুসৰি ৰাইজে অভিযোগ দাখিল কৰিব পৰাকৈ এক হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। সমান্তৰালভাৱে এটা হোৱাটছএপ নম্বৰো মুকলি কৰিছে। ইয়াৰ দ্বাৰা গ্ৰাহকে নিজৰ ওজৰ আপত্তি দাখিল কৰিব পাৰিব। গ্ৰাহকসকলে ১৯১২ হেল্পলাইন নম্বৰলৈ ফোন কৰিব পাৰে। নতুবা ৭৫৭৫৯৯৯৬৬৬ নম্বৰত হোৱাটছএপ কৰিও অভিযোগ দাখিল কৰিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोरान में एलपीजी सिलेंडर से गैस चोरी की बारदात, सिलेंडर लदा ट्रक जब्त, आरोपी फरार
मोरान में एलपीजी सिलेंडर से गैस चोरी की बारदात, सिलेंडर लदा ट्रक जब्त, आरोपी फरार
Best Car Gadgets: कार के लिए बहुत उपयोगी हैं ये टॉप-5 गैजेट्स, मुश्किलों में देगें आपका साथ
हम आपको 5 ऐसे बेहतरीन और अफोर्डेबल गैजेट्स के बारे में बताएंगे जो आपकी कार की शोभा बढ़ाने के...
ગુજરાતમાં આમ આદમી પાર્ટી દ્વારા મુખ્યમંત્રી તરીકે ઈશુદાન ગઢવીના નામની જાહેરાત કરાતા ડીસા સાઈબાબા સર્કલ પાસે ડીસા આમ આદમી પાર્ટીના કાર્યકર્તાઓ દ્વારા ખુશી વ્યક્ત કરાઈ
ગુજરાતમાં આમ આદમી પાર્ટી દ્વારા મુખ્યમંત્રી તરીકે ઈશુદાન ગઢવીના નામની જાહેરાત કરાતાં સાંઈબાબા...
Viratnagar Murder Case :Prime accused still out of police reach |Ahmedabad |Gujarat |TV9GujaratiNews
Viratnagar Murder Case :Prime accused still out of police reach |Ahmedabad |Gujarat |TV9GujaratiNews
যোৱা নিশা লক্ষীমপুৰৰ হাৰমতীত চিলিণ্ডাৰ বিস্ফোৰনৰ ফলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড
লখিমপুৰৰ হাৰমতীত ভয়ংকৰ অগ্নিকাণ্ড।হাৰমতী দৈনিক বজাৰত মাজ নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। ভয়ংকৰ...